1)এটা জীৱনক ধ্বংস কৰিবলৈ নহয়, গঢ়িবলৈ শিকক ।
এজনক কন্দুৱাবলৈ নহয়, হঁহোৱালৈ শিকক ।
কাৰোবাক প্ৰতাৰিত নহয়, ভালপাবলৈ শিকক ।
দেখিবা তোমাৰ জীৱন ফুলৰ নিচিনা সৌন্দৰ্যময় হ'ব।
2কিয় এনেকৈ মৰমবোৰ অভিমানী হৈ
যায়
কিয় এনেকৈ আপোনজন অচিনাকী হৈ
যায়
কিয় এনেকৈ জীৱন হেৰাই
সময়ৰ প্ৰতিটো খোজত..
3)সাগৰ জানো সুকাৱ মাণিক জানো লুকাব লুকুৱালোও বুকুৰ মৰম এদিন ধৰা পৰিব দুটি উঠে নকলেও দুচকুৱে বুজাৱ মই নথকাত মোৰ নামেৰে চাবা তোমাক জোকাৱ সিদিনাহে গমে পাবা অন্তৰ খনে কেনেকুৱা কৰিব।শুভৰাতি সকলো লাইকাৰলৈ।
4)....................>জোনবাই<……………………
জোনাক জানো হব পাৰে জোনটি
নহলে, ফুল জানো ফুলিব পাৰে পোহৰ
নাপালে, অন্তরে জানো হাঁহিব
পাৰে প্রিয়জন নহলে, জীৱন জানো
গঢ়িব পাৰে মৰম নাপালে..
5)কেতিয়াও ফুলৰ দৰে জীয়াই
নাথাকিবা,
যিদিনায়ে ফুলিবা ,
সেইদিনায়ে মৰহি যাবা ,
জীৱনতোত পাথৰৰ দৰে হোৱা;
যিদিনায়ে তোমাক কোনোবাই
বুজিব ,
"ভগবান" ৰ দৰে হৈ যাবা....!!
6)প্ৰেম , আদৰ আৰু সন্মান
পাবলৈ এই যুগত অতি আকাল ।
কাৰণ
ল'বলে সকলোৱে জানে , কিন্তু
দিবহে কোনেও নোৱাৰে ।
7)সৌন্দয্য সদায় প্রেমৰ কাৰন হব
নোবাৰে, ধন-ঐশ্বয্যও
শ্রেষ্ঠতাৰ সমল নহয় । মৰম
যেতিয়া পবিত্র আৰু
নিস্বার্থ হয়, তেতিয়াই মৰম অমৰ
হয় ।
8)যেতিয়া কোনো ব্যক্তি আমাৰ ওচৰত থাকে
তেতিয়া আমি অনুভৱ নকৰো।
কিন্তু যেতিয়া সেই ব্যক্তি হেৰায় যায় তেতিয়া
আমি বাৰুকৈয়ে অনুভৱ কৰো।
9)বিলাসী জীৱনত কোনে নো কিনো পায় লাইভষ্টাইল প্ৰেম প্ৰেম কৰোতে যায়।বহুতে জীৱনত যি খুজে তাকে পায় কোনোৱে অাৰু সপোন ৰচোতে যায়।কিনো পাম কিনো দিম এই চুটি জীৱনত হহুয়াম অাৰু হাহিঁ থাকিম সকলোৰে লগত।
10)প্ৰেম কি....?
ৰাতিপুৱা শুই উঠি চকু মেলাৰ
আগতেই যাৰ চেহেৰা মনলৈ
আহে আৰু চাবলৈ ইচ্ছা হয়..........
সেয়াই প্ৰেম ।
মন্দিৰ দৰ্শন কৰা সময়ত কাষত
যাৰ উপস্থিতি একান্তই অনুভৱ
কৰা হয়......... সেয়াই প্ৰেম ।
দিনটোৰ কৰ্মব্যস্ততাৰ শেষত
যাৰ কাষত বহাৰ কল্পনা
কৰিয়েই সকলো দুখ ভাগৰ
নোহোৱা হৈ যায়.......... সেয়াই
প্ৰেম । কাৰোবাৰ কোলাত
মূৰটো থোৱাৰ অনুভৱ কৰিয়েই
যেতিয়া মনটো ভাল লাগি
যায়.......... সেয়াই প্ৰেম ।
বহুত চেষ্টা কৰিও যাক পাহৰিব
নোৱাৰি, বেয়া পাব নোৱাৰি
কেতিয়াও.......... সেয়াই প্ৰেম ।
আৰু এই পোষ্টটো পঢ়ি থাকোঁতে
যাৰ কথা আপোনাৰ মনলৈ
আহিছে সেয়াই হ'ল আপোনাৰ
প্ৰেম..
11) পোহৰ হেৰাই যায় আউসীৰ ৰাতি
মৰম হেৰাই যায় প্ৰতাৰনাত পৰি
জীবনত নকৰিবা কাকোয়ে আপোন
সিয়ে ভাগিব জানানে তোমাৰ
সপোন............
.............. সচাঁ কথা দেই..
12)জীৱনটো আইচক্ৰীমৰ দৰে
একেই । চেলেকি সোৱাদ ল'লেও
শেষ হৈ যায় । নেচেলেকিলেও
শেষ হৈ যায় । গতিকে সোৱাদ
লৈহে জীৱনটো উপভোগ কৰিব
লাগে ।
13)কাৰোবাক ভালপোৱাটো পাগলামি
ঠিকেই......কাৰোবাৰ ভালপোৱা
পোৱাটো এটা উপহাৰ !!
যিয়ে আপোনাক ভালপায় তেওঁক
ভালপোৱাটো কিন্তু আপোনাৰ এটা
দায়িত্বৰ ভিতৰত পৰে ৷
কিন্তু সঁচা কথা যাক আপুনি ভালপায়
তেওঁৰ পৰা ভালপোৱা পোৱাটো
কিন্তু অসাধাৰন কথা৷
ভালপোৱাৰ স্পর্শত যিকোনো মুহুর্তত
জীৱন সলনি হৈ যায় কিন্তু সেই স্পর্শ
সঁচাকৈয়ে দুর্লভ আৰু সকলোৱে নাপায় ।
আৰু যিবোৰ য়ে পায় সিহতেও সেই সময়ত
তাৰ প্ৰয়োজন বুজি নাপায়,
আৰু যেতিয়া আতৰি হেৰাই
যায় যোৱা পিছত হে বুজি পায় তাৰ
প্ৰয়োজন ।।।
No comments:
Post a Comment